আজি ১৪ আগষ্ট

➡️আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
➡️১৮৯৩ চনৰ এই দিনটোতে পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ-প্লেট লগোৱাৰ ৰীতি আৰম্ভ হৈছিল।
➡️১৮৬২ চনৰ ১৪ আগষ্ট তাৰিখে বোম্বাই উচ্চ ন্যায়ালয় মুকলি কৰা হৈছিল।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হৈছিল।
➡️১৯৫৬ চনৰ এই দিনটোতে প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ বাৰ্টোল্ড ব্লেখটৰ মৃত্যু হৈছিল।
➡️২০০৮ চনৰ ১৪ আগষ্ট তাৰিখে এজনী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু পিছত হত্যাৰ অভিযোগত কলকাতাত ধনঞ্জয় চেটাৰ্জীৰ ফাঁচি হৈছিল।
➡️১৯২৩ চনৰ আজিৰ দিনটোতে যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ জন্ম হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.