➡️আজিৰ দিনটো ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয়।
➡️১৪৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, আধুনিক জ্যোতিৰ্বিজ্ঞানৰ প্ৰতিষ্ঠাতা নিকোলাছ ক’পাৰনিকাছৰ জন্ম হৈছিল।
➡️১৫৫৬ চনৰ আজিৰ দিনটোতে মাত্ৰ ১৩ বছৰ ৪ মাহ বয়সতে আকবৰৰ মোগল ৰাজপাটত আৰোহণ।
➡️ ১৭৬৬ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ অৰ্থনীতিবিদ টমাছ ৰবাৰ্ট মালথাছৰ জন্ম হৈছিল।
➡️১৭৭৯ চনৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ মৃত্যু হৈছিল।
➡️১৯১৯ চনৰ আজিৰ দিনটোতে জাতিসংঘ প্ৰতিষ্ঠা হৈছিল।
➡️১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে শিল্পী ৰুদ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে ইম্ফলত পঞ্চম ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে মুখ্যমন্ত্ৰী স্ব-নিয়োজনৰ এখন আঁচনি ‘কল্পতৰু’ৰ অধীনত ২ লাখ নিবনুৱাৰ সংস্থাপনাৰ্থে ১০৫ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৪ ফেব্ৰুৱাৰী
Next Post
You might also like