➡️আজিৰ দিনটো আন্তৰ্জাতিক পৰিয়াল দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৫৯ চনৰ এই দিনটোতে বিজ্ঞানী পীয়েৰ কুৰীৰ জন্ম হৈছিল।
➡️১৮৭৩ চনৰ ১৫ মে’ তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত হৈছিল।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ জন্ম হৈছিল।
➡️১৯৯৬ চনৰ এই দিনটোতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসমত ‘অসম গণ পৰিষদ’ দলৰ চৰকাৰ গঠন হৈছিল। ২০০১ চনৰ ১৭ মে’লৈকে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।।