আজি ১৬ জুলাই

➡️১৮৮৮ চনৰ আজিৰ দিনটোতে পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী ফ্লিটজ জাৰনাইকৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ ১৬ জুলাই তাৰিখে প্ৰথম পৰীক্ষামূলক বিস্ফোৰণ কৰা হৈছিল পাৰমাণৱিক বোমাৰ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ১০ জুলাইত আসাম ৰাইফলছৰ গুলীত মনোৰমা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মণিপুৰৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.