➡️১৮৭৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ।
➡️১৯১৫ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতীয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ জন্ম হৈছিল ।
➡️১৯৩৪ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ত্যাগ কৰিছিল ।
➡️ছিউলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৮৮ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা।
➡️১৯৮৯ চনৰ ১৭ ছেপ্টেম্বৰত তামিলনাডুৰ ৰাজনৈতিক দল ডি এম কে গঠন হৈছিল।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট অনুষ্ঠিত হৈছিল।
➡️১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৭ ছেপ্টেম্বৰ
Prev Post
Next Post
You might also like