ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪০ গৰাকী লোক। আক্ৰান্ত সকলৰ ৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৫ গৰাকী গোৱালপাৰা জিলাৰ, ৪ গৰাকী কাৰ্বি আংলং জিলাৰ, ৩ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ৩ গৰাকী লক্ষিমপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৯২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৭৪৭ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৬৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৬,৮৪৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.