আজি ১৭ জুলাই

➡️আজিৰ দিনটো ইৰাকৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৮৯ চনৰ এই দিনটোতে মাৰ্কিন ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ জন্ম হৈছিল।
➡️১৮৮৯ চনৰ আজিৰ দিনটোতে ১ মে’ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস ৰূপে বা মে’ দিৱস ৰূপে পালনৰ সিদ্ধান্ত লোৱা হৈছিল।
➡️১৯৪৮ চনৰ ১৭ জুলাই তাৰিখে ভাৰতত নিয়োগৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ কৰা হৈছিল।
➡️১৯৯৬ চনৰ এই দিনটোতে তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নাম চেন্নাইলৈ সলনি কৰা হৈছিল।
➡️১৭২৩ চনৰ ১৭ জুলাই তাৰিখে স্কটলেণ্ডৰ অৰ্থনীবিদ, দাৰ্শনিক, ৰাজনীতিক, অৰ্থনীতিৰ জনক আডাম স্মিথৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.