আজি ১৭ ডিচেম্বৰ

➡️ ১৬৭৫ ইছলাম ধৰ্ম গ্ৰহণৰ বাবে অমান্তি হোৱাত ঔৰংগজেৱৰ নৱম শিখ গুৰু টেগ বাহাদুৰক শিৰচ্ছেদ। বৰ্তমানৰ দিল্লীৰ চান্দনী চ’কত টেগ বাহাদুৰক মৃত্যুদণ্ড দিয়া হয় আৰু পিছত নিৰ্মাণ কৰা হয় ‘শিখগঞ্জ গুৰুদ্বাৰ’।
➡️১৮৫৬ ইংৰাজ পদাৰ্থ-বিজ্ঞানী, ইলেক্ট্ৰনৰ আৱিষ্কাৰক ছাৰ যোছেফ জন টমছনৰ জন্ম।
➡️১৮২৯ ফৰাচী জীৱ-বিজ্ঞানী জে বি লেমাৰ্কৰ মৃত্যু।
➡️১৮৮৫ সাহিত্য়িক অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম।
➡️নতুন দিল্লীত নেচনেল মিউজিয়াম মুকলি।
➡️২০০১ ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈৰ এশ বছৰ হোৱা উপলক্ষে ডাকটিকট উন্মোচন।

You might also like
Leave A Reply

Your email address will not be published.