বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ অনুপ ঘোষালৰ দেহাৱসান

মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৭৭ বছৰ

নিউজ ডেস্ক:

বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ অনুপ ঘোষালৰ দেহাৱসান। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৭৭ বছৰ।দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় শিল্পীগৰাকীয়ে। শুকুৰবাৰে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। বৃদ্ধাৱস্থাৰ অসুস্থতাৰ বাবে বিগত কেইবাদিনো দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা শিল্পীগৰাকী দুপৰীয়া ১.৪০ বজাত বহু অংগ বিকল হৈ মৃত্যুক সাৱটি লয়। তৃণমূল কংগ্ৰেছৰ টিকটত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰপাৰাৰ আসনৰ পৰা সফলতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছি অনুপ ঘোষালে। দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় শিল্পীগৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.