আজি ১৬ ডিচেম্বৰ

➡️১৭৭০ বিখ্যাত সংগীতজ্ঞ লুডইগি ভান বিথোভেনৰ জন্ম।
➡️১৭৭৫ বিখ্যাত ইংৰাজ লেখিকা জেন অষ্টিনৰ জন্ম। ‘ প্ৰাইড এণ্ড প্ৰিজুডিছ’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৮৭২ সাহিত্যিক কনকলাল বৰুৱাৰ জন্ম।
➡️১৯২০ চীনত প্ৰবল ভূমিকম্প। প্ৰায় ২০০০ লোকৰ মৃত্যু।
➡️১৯৩৯ কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু।
➡️১৯৫৭ ‘নাটো’ৰ ( NATO) প্ৰথম শীৰ্ষ সন্মিলন।
➡️১৯৬৫ কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ, ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু।
➡️১৯৭১ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানী সেনাৰ আত্মসমৰ্পন। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে।
➡️১৯৯৬ বাংলাদেশৰ স্বাধীনতা লাভৰ ২৫বছৰীয়া জয়ন্তী পালন।
➡️২০০১ ৰাষ্ট্ৰীয় জুনিয়ৰ বেডমিন্টন প্ৰতিযোগিতাত অসমৰ বহ্নিমান বৰা আৰু কৃষ্ণা ডেকাৰজা বিজয়ী।
➡️২০০৬ ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বʼৰ্ডৰ পৰা জগমোহন ডালমিয়াক বৰ্খাস্ত।
➡️২০০৫ বিশিষ্ট বড়ো নৃত্যবিদ তথা ক্ষিৰোদ খাখলাৰীলৈ সংগীত নাটক একাডেমী বঁটা। এই বছৰ এই বঁটা ৩৩জন ব্যক্তিলৈ আগবঢ়োৱা হয়।

You might also like
Leave A Reply

Your email address will not be published.