আজি ১৮ অক্টোবৰ

▶️১৮৭১ চনৰ এই দিনটোতেই আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু ঘটিছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই মাৰ্কিন বিজ্ঞানী টমাছ আলভা এডিছনৰ মৃত্যু।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। দুদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে।
▶️১৯৬৭ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথমটো মহাকাশ টেলিস্কোপৰ উৎক্ষেপণ।
▶️১৯৯৫ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশৰ বিধানসভা ভংগ,ৰাষ্ট্ৰপতি শাসন জাৰি।
▶️১৯৯৮ চনৰ এই দিনটোতেই ইন্টাৰনেটৰ অন্যতম বাটকটীয়া জোনাথন পোষ্টেলৰ ৫৫ বছৰ বয়সত মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই লোকসভাৰ বিৰোধী দলনেত্ৰী ৰূপে নিৰ্বাচিত হৈছিল ছোনিয়া গান্ধী।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় কন্ঠশিল্পী আশা ভোঁছলেলৈ ২০০০ চনৰ দাদা চাহেব ফাল্কে বঁটা।
▶️২০০১ চনৰ এই দিনটোতেই এনথ্ৰাক্সৰ ভয়ত মাৰ্কিন সংসদ বন্ধ।
▶️২০০২ চনৰ এই দিনটোতেই শচীন তেণ্ডুলকাৰ বিশ্ব ক্ৰিকেটত ২০,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ হাতত চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী বিৰাপ্পানৰ মৃত্যু।।

You might also like
Leave A Reply

Your email address will not be published.