➡️১৭৭২ চনৰ আজিৰ দিনটোতে অৰ্থনীতিবিদ ডেভিদ ৰিকাৰ্ডোৰ জন্ম হৈছিল।
➡️১৭৭৫ চনৰ ১৯ এপ্ৰিল তাৰিখে আমেৰিকাৰ উত্তৰাঞ্চলত স্বাধীনতা যুদ্ধ আৰম্ভ হৈছিল।
➡️১৮২৪ চনৰ এই দিনটোতে ইংৰাজ কবি বাইৰনৰ (সম্পূৰ্ণ নাম জৰ্জ (গৰ্ডন) বাইনৰ) মৃত্যু হৈছিল।
➡️১৮৮২ চনৰ আজিৰ দিনটোতে কলকাতাৰ ইডেন হাস্পতালত ভাৰতৰ প্ৰথমখন প্ৰসূতি সদন মুকলি কৰা হৈছিল।
➡️১৯০৬ চনৰ এই দিনটোতে ৰসায়ন বিজ্ঞানী পীয়েৰ কুৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ১৯৩০ চনত ৰেডিয়াম আৱিষ্কাৰৰ বাবে পীয়েৰ কুৰীয়ে পত্নী মেৰী কুৰীৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯১০ চনৰ ১৯ এপ্ৰিল তাৰিখে খালী চকুৰে প্ৰথমবাৰৰ বাবে হেলীৰ ধূমকেতু দৃষ্টিগোচৰ হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বাঘ চিকাৰী, লেখক জিম কৰবেটৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে যোছেফ ৰেটজিংগাৰৰ ৰোমান কেথলিক ধৰ্মৰ ধাৰ্মিক নেতা ৰূপে (পোপ) শপত গ্ৰহণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৯ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like