আজি ১৯ জুলাই

➡️১৮৯৯ চনৰ আজিৰ দিনটোতে বাংলা সাহিত্যৰ যশস্বী লেখক বলাইচান্দ মুখোপাধ্যায়ৰ জন্ম হৈছিল।
➡️১৯৫২ চনৰ এই দিনটোতে ফিনলেণ্ডৰ ৰাজধানী হেলছিংকিত পঞ্চদশ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ৩ আগষ্টলৈকে চলে।
➡️১৯৭০ চনৰ ১৯ জুলাই তাৰিখে ব্ৰিটিছ সৈন্যৰ হাতত কটোৱাৰ যুদ্ধত বংগৰ নবাব মীৰকাছিম পৰাজিত হৈছিল।
➡️১৯৮০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ৰাজধানী মস্কোত দ্বাবিংশতম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ৩ আগষ্টলৈকে চলে।
➡️২০০১ চনৰ এই দিনটোতে আদালতক ভুল পথে পৰিচালনা কৰাৰ অপৰাধত ঔপন্যাসিক জেফ্ৰি আৰ্ছাৰক চাৰি বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.