▶️আজি য়েমেনৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৫৪৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ শূৰ বংশীয় সম্ৰাট, দক্ষ প্ৰশাসক শ্বেৰ শ্বাহৰ মৃত্যু ঘটিছিল।
▶️১৭৭২ চনৰ আজিৰ দিনটোতেই ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল। সংস্কৃত,পাৰ্চী,আৰৱী,গ্ৰীক,হিব্ৰু আৰু লেটিন ভাষাৰ পণ্ডিত ৰামমোহন ৰায় আধুনিক ভাৰতৰ প্ৰথম জাগ্ৰত পুৰুষ ৰূপে সন্মানিত। বিশেষকৈ সতীদাহ প্ৰথা অৱসানৰ বাবে তেওঁৰ উদ্যোগ স্মৰণীয়।
▶️১৮৫৯ চনৰ এই দিনটোতেই ইংৰাজ ৰহস্য উপন্যাসিক আৰু চিকিৎসক ছাৰ আৰ্থাৰ কনান ডয়ালৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই ফৰাচী সাহিত্যিক ভিক্টৰ হুগোৰ মৃত্যু হৈছিল।
▶️১৯২৭ চনৰ আজিৰ দিনটোতেই চীনত ভূমিকম্পত দুই লাখ লোকৰ মৃত্যু।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ষেপনাস্ত্ৰ ‘অগ্নি’ৰ পৰীক্ষামূলক উৎক্ষেপণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ডঃ মনমোহন সিঙৰ শপতগ্ৰহণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২২ মে’
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like