আজি ২৪ ছেপ্টেম্বৰ

▶️১৭২৬ চনৰ এই দিনটোতেই কলকাতা,চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুমতি লাভ।
▶️১৮৯৫ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰুনাদৰ জন্ম হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই ডেনমাৰ্কৰ প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু হৈছিল। ‘ফটোথেৰাপী’ৰ আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হৈছিল।
▶️১৯৬১ চনৰ এই দিনটোতেই ভাৰতৰ ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল আছোৱালৰ আততায়ীৰ হাতত মৃত্যুবৰণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই চেন্নাইত ৫.৬ প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্প।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণ। দুই উগ্ৰপন্থীসহ ২৬ লোকৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ সৈতে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সাক্ষাৎ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই প্ৰথম টি-২০ বিশ্বকাপত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি চেম্পিয়ন হৈছিল ভাৰত।।

You might also like
Leave A Reply

Your email address will not be published.