আজিৰ দিনটো ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
১৮৮৭ চনৰ এই দিনটোতে বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হৈছিল।
১৯৯৭ চনৰ ২৪ জুলাই তাৰিখে প্ৰাক্তন প্ৰধান মন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হৈছিল।
১৮৫৭ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ সাহিত্যিক হেনৰিক পোণ্টেপিডানৰ জন্ম হৈছিল। ১৯১৭ চনত তেওঁ যুটীয়াভাৱে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলিয়া ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
১৯৮০ চনৰ ২৪ জুলাই তাৰিখে বাংলা ছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰৰ মৃত্যু হৈছিল।
১৯৮৩ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত হিন্দী কবি মহাদেৱী বৰ্মাক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৪ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like