আজি ২৭ জুলাই

➡️১৮৪৪ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰসায়নবিদ, পৰমাণুতত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হৈছিল।
➡️১৮৭৫ চনৰ এই দিনটোতে বিশিষ্ট চিকাৰী তথা লেখক জিম কৰবেটৰ ভাৰতৰ নাইনিতালত জন্ম হৈছিল।
➡️১৯৭২ চনৰ ২৭ জুলাই তাৰিখে নক্সাল আন্দোলনৰ বিশিষ্ট নেতা চাৰু মজুমদাৰৰ কাৰাবন্দী অৱস্থাত মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াৰ দ্বিতীয় জিম কিং ৰাষ্ট্ৰপতি পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ।
➡️২০০৫ চনৰ আজিৰ দিনটোতে একেৰাহে চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ মুম্বাইত ভয়াৱহ বানত ৪৫০ লোকৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.