আজি ২৭ ডিচেম্বৰ

➡️১৫৭১ জাৰ্মান জ্য়োতিবিজ্ঞানী যোহান্ছ কেপলাৰৰ জন্ম।
➡️১৭৯৭ উৰ্দু কবি মিৰ্জা গালিবৰ জন্ম।
➡️১৮২২ ফৰাচী বিজ্ঞানী লুই পেষ্টিউডৰ জন্ম।
➡️১৯১১ কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘জন গণ মন’ গীতটি প্ৰথমবাৰৰ বাবে পৰিৱেশন।
➡️১৯৪৫ বিশ্ব বেংক প্ৰতিষ্ঠা। আই এম এফ প্ৰতিষ্ঠা।
➡️১৯৮২ মহেন্দ্ৰ মোহন চৌধুৰীৰ মৃত্য়ু।
➡️২০০০ কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৪ ঘন্টীয়া ছেটেলাইট চেনেল উদ্বোধন।
➡️২০০১ সুদীৰ্ঘ ৯ বছৰৰ মূৰত অসমত পঞ্চায়ত নিৰ্বাচন আৰম্ভ।
➡️২০০২ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্য়ু।
➡️২০০৬ টেষ্ট ক্ৰিকেটত শ্বেন ৱাৰ্নৰ ৭০০ তম উইকেট দখল।

You might also like
Leave A Reply

Your email address will not be published.