১৭৫০ত আজিৰ দিনটোত মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম।
১৯২৩ দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰৰ জন্ম।
১৯৯৭ ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশলৈ যাত্ৰা। মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
১৯৮০ ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত।
১৯১০ ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ মৃত্যু।