আজি ২৯ নৱেম্বৰ

➡️১৭৫০ত আজিৰ দিনটোত মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম।
➡️১৯২৩ দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰৰ জন্ম।
➡️১৯৯৭ ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশলৈ যাত্ৰা। মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
➡️১৯৮০ ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত।
➡️১৯১০ ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ মৃত্যু।

 

You might also like
Leave A Reply

Your email address will not be published.