আজি ২ অক্টোবৰ

▶️আজি বিশ্ব অহিংস দিৱস।
▶️১৮৬৯ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ পোৰবন্দৰত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল।
▶️১৯০৪ চনৰ এই দিনটোতেই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই যশস্বী চিত্ৰশিল্পী ৰাজা ৰবি বাৰ্মাৰ দেহাৱসান।
▶️১৯২৫ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ যন্ত্ৰবিদ জন লোগি বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই কবি নিত্যা দত্তৰ জন্ম হৈছিল।
▶️১৯৫১ চনৰ এই দিনটোতেই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উদ্যোগত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই সাপ্তাহিক ‘নীলাচল’ৰ প্ৰথম প্ৰকাশ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অভিনেত্ৰী ইলা কাকতিৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেটজীলৈ সাহিত্যৰ নোবেল বঁটা।
▶️২০০৭ চনৰ এই দিনটোতেই মহাত্মা গান্ধীক নোবেল বঁটা নিদিয়াটো ভুল আছিল বুলি নোবেল ফাউণ্ডেচনৰ স্বীকাৰ।।

You might also like
Leave A Reply

Your email address will not be published.