আজি ২ এপ্ৰিল

▶️১৬৭৯ চনৰ এই দিনটোতেই আকবৰে প্ৰত্যাহাৰ কৰা জিজিয়া কৰ ঔৰংজেৱৰ দ্বাৰা পুনৰ আৰোপ।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই ক্ৰিকেট কিংবদন্তি ৰঞ্জি সিংজীৰ মৃত্যু।তেওঁৰ স্মৃতিত ১৯৩৪ চনৰ পৰা আৰম্ভ হয় ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা।আৰম্ভণিতে এই ট্ৰফীটো আছিল সোনৰ। বৰ্তমান সেই ট্ৰফী পাকিস্তানত আছে।আজিকালি ৰঞ্জি ট্ৰফীৰ বিজয়ী দলটোক মূল সোনৰ ট্ৰফীটোৰ অবিকল এটা ৰূপৰ ট্ৰফী প্ৰদান কৰা হয়।ৰঞ্জি ট্ৰফী বৰ্তমান ভাৰতৰ এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা।
▶️১৯৪২ চনৰ এই দিনটোতেই ক্ৰিপছ মিছনৰ প্ৰস্তাৱ কংগ্ৰেছৰ নাকচ।
▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ টেক্সাছ অঞ্চলত পৃথিৱীৰ এতিয়ালৈকে আটাইতকৈ দ্ৰুতবেগী টৰ্নেডো তথা বা-মাৰলি প্ৰবাহিত হৈছিল। এই টৰ্নেডোৰ গতিবেগ আছিল ঘন্টাত প্ৰায় ৪৪৮ কিলোমিটাৰ (২৮০ মাইল)।
▶️১৯৭০ চনৰ এই দিনটোতেই অসমৰ এখন স্বায়ত্বশাসিত জিলা হিচাপে মেঘালয় গঠন।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰিজ মৰ্ছৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.