➡️১৬৭৯ চনত আকবৰে প্ৰত্যাহাৰ কৰা জিজিয়া কৰ ঔৰংজেৱৰ দ্বাৰা পুনৰ আৰোপ।
➡️১৯৩৩ চনত ক্ৰিকেট খেলুৱৈ ৰঞ্জিত সিংজীৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত ১৯৩৪ চনৰ পৰা ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়। আৰম্ভণিতে এই ট্ৰফীটো সোণৰ আছিল। বৰ্তমান সেই ট্ৰফীটো পাকিস্তানত আছে। আজিকালী ৰঞ্জি ট্ৰফীৰ বিজয়ী দলটোক মূল সোণৰ ট্ৰফীটোৰ অবিকল এটা ৰূপৰ ট্ৰফী প্ৰদান কৰা হয়। ৰঞ্জি ট্ৰফী বৰ্তমান ভাৰতৰ এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা।
➡️১৯৪২ চনত ক্ৰিপছ মিছনৰ প্ৰস্তাৱ কংগ্ৰেছৰ নাকচ।
➡️১৯৫৮ চনত আমেৰিকাৰ টেক্সাছ অঞ্চলত পৃথিৱীৰ এতিয়ালৈকে আটাইতকৈ দ্ৰুতবেগী টৰ্নেডোৰ গতিবেগ আছিল ঘন্টাত প্ৰায় ৪৪৮ কিলোমিটাৰ (২৮০ মাইল)।
➡️১৯৭০ চনত অসমৰ এখন স্বায়ত্তশাসিত জিলা হিচাপে মেঘালয় গঠন।
➡️১৯৭২ চনত টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰিজ মৰ্ছৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like