আজি ২ মাৰ্চ

➡️১৯০৬ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ জন্ম।
➡️১৯৩০ ইংৰাজ উপন্য়াসিক, কবি, গল্পকাৰ ডি এইচ লৰেন্সৰ ফ্ৰান্সত মৃত্যু। সম্পূৰ্ণ নাম ডেভিড হাৰ্বাৰ্ট লৰেন্স।
➡️১৯৩১ পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ ভূতপূৰ্ব ৰাষ্ট্ৰপ্ৰধান মিখাইল গৰ্বাচেভৰ জন্ম।
➡️১৯৩৮ ৰোমান্টিক কবি, অসমীয়া সাহিত্যিক গীত কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু।
➡️১৯৪৯ সৰোজনী নাইডুৰ মৃত্যু।
➡️১৯৮২ পৃথিৱীৰ আটাইতকৈ দীঘল পথ দলং মহাত্মা গান্ধী সেতু মুকলি। বিহাৰৰ পাটনাত গংগা নদীৰ ওপৰত নিৰ্মিত এই দলঙৰ দৈৰ্ঘ্য ৫.৫৭৫ কিলোমিটাৰ।
➡️২০০১ আফগানিস্তানৰ তালিবান চৰকাৰৰ দ্বাৰা দেশখনত থকা প্ৰাচীন বুদ্ধ মূৰ্তি ধ্বংস।

You might also like
Leave A Reply

Your email address will not be published.