অসম আৰক্ষীত বৃহৎ ৰদবদল

অসম আৰক্ষীত সালসলনি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া

সম আৰক্ষীত পুনৰ সালসলনি। ৰদবদল কৰা হৈছে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াক। বদলি কৰা হ’ল নগাঁও, গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক। গোৱালপাৰাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক নগাঁৱলৈ বদলি।

গোৱালপাৰাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব নৱনীত মহন্তক। দুৰ্নীতি নিবাৰক শাখালৈ বদলি BIEOৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনক। আনহাতে কাহিলীপাৰা 10ABPnৰ কমাণ্ডেন্ট বীৰ বিক্ৰম গগৈক BIEOলৈ বদলি।

সমান্তৰালকৈ দুৰ্নীতি নিবাৰক, ভিজিলেঞ্চৰ এচ পিৰ দায়িত্ব আই পি এচ বৰুণ পুৰকায়ষ্ঠকৰ লগতে এচ টি এফৰ কল্যাণ পাঠকক BIEOৰ এ এচ পি ৰূপে নিযুক্তি।

You might also like
Leave A Reply

Your email address will not be published.