▶️আজি কুষ্ঠ নিবাৰণী দিৱস।
▶️আজি সৰ্বোদয় দিৱস।
▶️আজি শ্বহীদ দিৱস।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডিলেনো ৰুজভেল্টৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীৰ এখন প্ৰাৰ্থনা সভাত জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল নাথুৰাম গডছেই। তেতিয়াৰে পৰা ৩০ জানুৱাৰীৰ দিনটো ভাৰতত শ্বহীদ দিৱস ৰূপে পালন কৰি অহা হৈছে।
▶️১৯১৯ চনৰ এই দিনটোতেই গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰা হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই তেজপুৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিবেশনত বৃন্দাবন গোস্বামী পুনৰ দলটোৰ সভাপতি নিৰ্বাচিত হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই পঞ্চাশ বছৰৰ ভিতৰত ইৰাকত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ জানুৱাৰী
You might also like