আজি ৩১ জুলাই

➡️১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।
➡️১৯১২ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল।
➡️১৯৭০ চনৰ ৩১ জুলাই তাৰিখে নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু হৈছিল।
➡️১৯৮০ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ যশস্বী নেপথ্য গায়ক মহম্মদ ৰফিৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে তুলসী দাসক ২০০৪ চনৰ নাট্যাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ, পৰিচালক অজান বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.