আজি ৩ জুলাই

➡️আজিৰ দিনটো বেলাৰুছৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৯১২ চনৰ এই দিনটোতে সাহিত্যিক গিৰিধৰ শৰ্মাৰ জন্ম হৈছিল।
➡️১৯৬২ চনৰ ৩ জুলাই তাৰিখে আলজেৰিয়াৰ স্বাধীনতা লাভ।
➡️২০০৫ চনৰ আজিৰ দিনটোতে ভেনাছ উইলিয়ামছৰ উইম্বলডন মহিলাৰ ছিংগলছ খিতাপ অৰ্জন। ৰ’জাৰ ফেডাৰাৰৰ ক্ৰমাগত তৃতীয় বাৰলৈ উইম্বলডনৰ পুৰুষৰ ছিংগলছ খিতাপ লাভ।

You might also like
Leave A Reply

Your email address will not be published.