আজি ৩ ফেব্ৰুৱাৰী

➡️১৪৬৮ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে ছপাশালৰ আৱিষ্কাৰক যোহানছ গুটেনবাৰ্গৰ মৃত্যু হৈছিল।
➡️১৯১৬ চনৰ আজিৰ দিনটোতে বেনাৰস হিন্দু বিশ্ববিদ্যালয় মুকলি কৰা হৈছিল।
➡️১৯২৪ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, জাতিসংঘৰ অন্যতম প্ৰতিষ্ঠাতা উড্ৰ উইলছনৰ মৃত্যু হৈছিল।
➡️১৯৭৮ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক জি শংকৰ কুৰুপৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে ইজিপ্টৰ যাত্ৰীবাহী জাহাজ ‘অল ছালম’ দুৰ্ঘটনাত পতিত হোৱাত প্ৰায় ১,৫০০ লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.