আজি ৪ এপ্ৰিল

▶️আজি আন্তৰ্জাতিক খনি সজাগতা দিৱস।
▶️আজি ছেনেগালৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কন্ঠশিল্পী কুন্দনলাল ছাইগলৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই উত্তৰ আটলাণ্টিক চুক্তি স্বাক্ষৰিত হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ৰেডেৰিক চালমাৰছ বৰ্ন অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। এই বছৰৰে ৩ ছেপ্টেম্বৰ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৪৯ চনৰ এই দিনটোতেই ঘাইকৈ সামৰিক সহযোগীতাৰ বাবে বিশ্বৰ কেইখনমান উন্নত দেশৰ সংগঠন NATO গঠন হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মাৰ্টিন লুথাৰ কিঙৰ মৃত্যু হৈছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ ফাঁচি।
▶️১৯৮৪ চনৰ এই দিনটোতেই ভাৰতীয় মহাকাশচাৰী হিচাপে ৰাকেশ শৰ্মাৰ ছোভিয়েট-ভাৰত যুটীয়া মহাকাশ অভিযানত মহাকাশলৈ যাত্ৰা।উল্লেখ্য যে মহাকাশলৈ যোৱা ৰাকেশ শৰ্মাই হ’ল প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী।
▶️২০০০ চনৰ এই দিনটোতেই ৰংঘৰৰ বাকৰিত ৫৩২ জন বিদ্ৰোহীৰ আত্মসমৰ্পণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ পৰা বেংককলৈ প্ৰথমবাৰৰ বাবে বিমান সেৱা মুকলি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ৰাজ্য চৰকাৰৰ দ্বাৰা গঁড়,দেওহাঁহ,কপৌফুল আৰু হোলোং গছক জাতীয় সম্পদৰ মৰ্যাদা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.