➡️১৮১০ চনৰ আজিৰ দিনটোতে ফৰাচী কথাশিল্পী গি দা মোপাছাঁৰ জন্ম হৈছিল।
➡️১৯৩০ চনৰ এই দিনটোতে চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল।
➡️১৯৬২ চনৰ ৫ আগষ্ট তাৰিখে মোহময়ী অভিনেত্ৰী মেৰিলীন মনৰোৰ মৃত্যু হৈছিল।
➡️১৯৫০ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল।
➡️১৮৯৫ চনৰ এই দিনটোতে সমাজবাদৰ অন্যতম প্ৰবক্তা তথা কাৰ্ল মাৰ্ক্সৰ সহযোগী ফ্ৰেডৰিক এঞ্জেলৰ মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ ৫ আগষ্ট তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে জাৰ্মান বিজ্ঞানী হাইনৰিখ অটো ভিলাণ্ডৰ মৃত্যু হৈছিল। তেওঁ ১৯২৭ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৫ আগষ্ট
Prev Post
Next Post
You might also like