আজি ৫ মাৰ্চ

➡️১৬৯৯ চনত মহাৰজা জয় সিং, দ্বিতীয় অম্বৰৰ সিংহানত আৰোহণ।
➡️১৮৫১ চনত ভাৰতৰ ‘জিঅ’লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া’ প্ৰতিষ্ঠা।
➡️১৯৩১ চনত গান্ধী-আৰউইন চুক্তি।
➡️১৯৫৩ চনত ছোভিয়েট ৰাষ্ট্ৰনায়ক যোছেফ ষ্টেলিনৰ মৃ্ত্য়ু।
➡️১৯৭৫ চনত সমাজসেৱক আৰু সাহিত্য়িক অমিয় কুমাৰ দাসৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.