আজি ৬ আগষ্ট

➡️আজিৰ দিনটো বলিভিয়াৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে পালন কৰা হয়।
➡️১৮০৯ চনৰ ৬ আগষ্ট তাৰিখে ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ জন্ম হৈছিল।
➡️১৮৮১ চনৰ আজিৰ দিনটোতে বিশিষ্ট জীৱাণুতত্ত্ববিদ, পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ এই দিনটোতে জাপানৰ হিৰোছিমাত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হৈছিল।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে উত্তৰ-পূব ভাৰতৰ নানান ঠাইত ভূমিকম্প হৈছিল।
➡️১৯৯৭ চনৰ এই দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.