আজি ৬ মে’

➡️১৫২৯ চনৰ আজিৰ দিনটোতে গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হৈছিল। এই ঘটনাৰ পিছত সিন্ধুৰ পৰা বিহাৰ আৰু হিমালয়ৰ পৰা গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ বাবৰ অধিপতি হয়।
➡️১৫৮৯ চনৰ ৬ মে’ তাৰিখে ভাৰতীয় গায়ক, সংগীতজ্ঞ তানসেনৰ মৃত্যু হৈছিল।
➡️১৮১১ চনৰ এই দিনটোতে স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লোৰোফৰ্মৰ আৱিষ্কাৰক জেমছ ইয়ং ছিম্পছনৰ জন্ম হৈছিল।
➡️১৮৫৩ চনৰ আজিৰ দিনটোতে মাৰ্কিন সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ।
➡️১৮৫৬ চনৰ ৬ মে’ তাৰিখে অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডৰ জন্ম হৈছিল।
➡️১৮৬১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হৈছিল।
➡️১৮৬২ চনৰ এই দিনটোতে মাৰ্কিন লেখক আৰু প্ৰকৃতিবিদ হেনৰী ডেভিদ থৰোৰ ৪৪ বছৰ বয়সত মৃত্যু হৈছিল।
➡️১৯৪০ চনৰ ৬ মে’ তাৰিখে ‘গ্ৰেপছ অব ৰেথ’ উপন্যাসৰ ব…

 

You might also like
Leave A Reply

Your email address will not be published.