আজি ৭ অক্টোবৰ

▶️১৭০৮ চনৰ এই দিনটোতেই শিখ গুৰু গোবিন্দ সিঙৰ মৃত্যু।
▶️১৮৪৯ চনৰ আজিৰ দিনটোতেই মাৰ্কিন গল্পকাৰ, কবি আৰু সমালোচক এডগাৰ এলেন পোৰ মৃত্যু ঘটিছিল।
▶️১৮৫৫ চনৰ এই দিনটোতেই ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীলছ ব’ৰৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘নৱজীৱন’ পত্ৰিকাৰ প্ৰকাশ।
▶️১৯৪৯ চনৰ এই দিনটোতেই জাৰ্মানীত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই কলকাতাত মাদাৰ টেৰেছাৰ ‘মিছনেৰীজ অব চেৰিটী’ স্থাপন।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই ভাৰতত ‘ৰেপিড এক্সন ফ’ৰ্চ’ গঠন।
▶️১৯৯৫ চনৰ এই দিনটোতেই গুজৰাটৰ কেশুভাই পেটেল মন্ত্ৰীসভা আস্থাভোটত জয়ী।
▶️১৯৯৬ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে দৰমহাসহ ১৩৫ দিনৰ মাতৃত্বৰ ছুটী আৰু পুৰুষ কৰ্মচাৰীয়ে ১৫ দিনৰ পিতৃত্বৰ ছুটী পাব বুলি চৰকাৰৰ ঘোষণা।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই পাক সেনাপ্ৰধান জেনেৰেল জাহাংগীৰ কাৰামাতৰ পদত্যাগ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰদীপ চলিহা,পাৰবীন চুলতানা আৰু দুলাল ৰয়লৈ সংগীত নাটক একাডেমী বঁটা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানত মাৰ্কিন আক্ৰমণ আৰম্ভ। কাবুল, জালালাবাদ, কান্দাহাৰত বোমাবৰ্ষণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।।

You might also like
Leave A Reply

Your email address will not be published.