আজি ৭ এপ্ৰিল

▶️আজি আলফাৰ প্ৰতিষ্ঠা দিৱস।
▶️আজি বিশ্ব স্বাস্থ্য দিৱস।
▶️১৭৭০ চনৰ আজিৰ দিনটোতেই কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চেতাৰবাদক ৰবি শংকৰৰ জন্ম হৈছিল।
▶️১৯৩৭ চনৰ এই দিনটোতেই ছাদুল্লা মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুস্থিত হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই আধুনিক মটৰগাড়ীৰ অন্যতম বাটকটীয়া হেনৰী ফোৰ্ডৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই বিশ্ব স্বাস্থ্য সংস্থা গঠন।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই শিৱসাগৰৰ ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী,অসম (আলফা)ৰ জন্ম হৈছিল। সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্যসকল আছিল ৰাজীৱ ৰাজকোঁৱৰ, সমীৰণ গগৈ,বুদ্ধেশ্বৰ গগৈ,ভীম বৰগোহাঁই,সোমনাথ বৰা,ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু ৰূপেশ্বৰ গগৈ।কোনো কোনো ইতিহাসবিদৰ মতে ১৯৮১ চনৰ অক্টোবৰতহে আনুষ্ঠানিকভাৱে আলফাৰ জন্ম হৈছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই বিশ্ব ধূমপান বিৰোধী দিৱসৰ আৰম্ভণি।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ওডিচী নৃত্যৰ গুৰু পদ্মবিভূষণ কেলুচৰণ মহাপাত্ৰৰ মৃত্যু।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদ আৰু শ্ৰীনগৰৰ মাজত বাছসেৱা আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.