আজি ৭ জুন

➡️১৬৩১ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজৰ মৃত্যু হৈছিল। এওঁৰ স্মৃতিতে শ্বাহজাহানে তাজমহল নিৰ্মান কৰোৱায়।
➡️১৯৭২ চনৰ এই দিনটোতে অসম বিধানসভাৰ শ্বিলঙত বহা বাজেট অধিৱেশনত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ আৰু পৰবৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিশপুৰত পতাৰ কথা ঘোষণা কৰা হৈছিল।
➡️১৯৭৫ চনৰ ৭ জুন তাৰিখে ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা কৰা হৈছিল। ইয়াৰ পিছত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হৈছিল।
➡️১৯৮৬ চনৰ এই দিনটোতে সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃ্ত্যু হৈছিল।
➡️১৯৯৭ চনৰ ৬ জুন তাৰিখে ফ্ৰেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবলছ খিতাপ লাভ।
➡️২০০০ চনৰ আজিৰ দিনটোতে বৰ্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.