আজি ৭ জুলাই

➡️আজিৰ দিনটো আন্তৰ্জাতিক সমবায় দিৱস হিচাপে পালন কৰা হয়।
➡️১৩০৭ চনৰ এই দিনটোতে স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু হৈছিল।
➡️১৯৩০ চনৰ ৭ জুলাই তাৰিখে ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ আজিৰ দিনটোতে মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল।
➡️১৯৯৬ চনৰ এই দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.