আজি ৮ মে’

➡️আজিৰ দিনটো ৰেডক্ৰছ দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৯৪ চনৰ এই দিনটোতে ফৰাচী বিজ্ঞানী এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰৰ মৃত্যু হৈছিল।
➡️১৮২৮ চনৰ ৮ মে’ তাৰিখে ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনাণ্টৰ জেনেভাত জন্ম হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে মিত্ৰশক্তিৰ ওচৰত জাৰ্মানীৰ আত্মসমৰ্পণ।
➡️১৯৭৪ চনৰ এই দিনটোতে ভাৰতৰ ৰে’ল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মঘট আৰম্ভ হৈছিল।
➡️১৯৯৬ চনৰ ৮ মে’ তাৰিখে দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.