আজি ৯ মাৰ্চ

▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় পুতলা ‘বাৰ্বি’ৰ জন্ম হৈছিল।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ মৃত্যু হৈছিল।
▶️১৯৮৬ চনৰ এই দিনটোতেই ভাৰতত প্ৰথম ইন্টাৰনেট সেৱা মুকলি হৈছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পৰ্যায়ৰ অভিনেত্ৰী দেৱীকা ৰাণীৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা।
▶️২০০০ চনৰ এই দিনটোতেই অভিনেত্ৰী ঊষা কিৰণৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ হকীত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জাৰ্মানীৰ চেম্পিয়নশ্বিপ অৰ্জন।
▶️২০০৫ চনৰ এই দিনটোতেই গান্ধীজীৰ নামত দক্ষিণ আফ্ৰিকাত পথ উছৰ্গা।।

You might also like
Leave A Reply

Your email address will not be published.