ইজৰাইলৰ ড্ৰোন আক্ৰমণত নিহত হামাছৰ এজন শীৰ্ষ নেতা

ড্ৰোন আক্ৰমণত নিহত হয় হামাছৰ দ্বিতীয় শীৰ্ষ নেতা ছালেহ আল-আৰৌৰ

ইণ্টাৰনেচনেল ডেস্ক:

জৰাইলৰ ড্ৰোন আক্ৰমণত নিহত হামাছৰ এজন শীৰ্ষ নেতা। খবৰ মতে, ইজৰাইলৰ ড্ৰোন আক্ৰমণত নিহত হয় হামাছৰ দ্বিতীয় শীৰ্ষ নেতা ছালেহ আল-আৰৌৰ। লেবাননৰ বেইৰুটত ড্ৰোন আক্ৰমণত নিহত হয় ইজৰাইলে হামাছৰ নেতাজনক। খবৰ মতে, হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ৰ সমীপত এক নিখুঁত ড্ৰোন আক্ৰমণত ইজৰাইলে হত্যা কৰে ছালেহ আল-আৰৌৰক।
উল্লেখ্য যে, হামাছৰ এজন অন্যতম মূল প্ৰতিস্থাপকৰ লগতে সামৰিক শাখাৰো অন্যতম প্ৰতিষ্ঠাপক আছিল ছালেহ আৰৌৰী। ৭ অক্টোবৰত ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাকাৰীসকলৰ অন্যতম আছিল ছালেহ আল-আৰৌৰ।।

You might also like
Leave A Reply

Your email address will not be published.