নিউজ ডেস্ক:

দেৰগাঁৱৰ বালিজানত ভয়ংকৰ দুৰ্ঘটনাত বৰ্তমানলৈকে চিনাক্ত কৰা নিহত সকলৰ নাম।

১/অনিমা শইকীয়া (৬০)
২/শুভাংকুৰ শইকীয়া(১৩)
৩/নিহাৰিকা শইকীয়া (১০)
৪/দীপালী শইকীয়া (৩৭)
৫/নৱজিত শইকীয়া (৪০)
৬/পিংকী শইকীয়া (৪৮)
৭/ৰিংকী বৰা (১৮)
৮/মৃদুল বৰা (৩০) ড্ৰাইভাৰ আলটা
৯/নিত্যানন্দ বৰা(নিতুল)(৪৮)
১০/প্ৰিঞ্চিপ্ৰিয়া বৰা(৭)
১১/সোমেশ্বৰ বৰা(৪৩)
১২/ট্ৰাক চালক নুৰ আলম হক

উক্ত আটাইকেইগৰাকী গোলাঘাট কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ বুলি জানিব পৰা গৈছে। আনহাতে ট্ৰাক চালক নুৰ আলম হকৰ ঘৰ বঙাইগাঁৱত।।

You might also like
Leave A Reply

Your email address will not be published.