ৰাজ্যত ০.৫৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৮৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০০ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৮,৯৫৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৬৭ জন।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like