অৰণ্যৰ মাজত গুলীয়াগুলী

মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মী আৰু চোৰাং কাঠকটিয়াৰ মাজত সংঘৰ্ষ।
গুলিয়াগুলিত এজন চোৰাং কাঠকটিয়া গুলিবিদ্ধ।
গুলিবিদ্ধ চোৰাং কাঠকটিয়াজন ৰঙাপৰাৰ যোগীবিলৰ বালাপাৰাৰ চালানচা দৈমাৰী।।

You might also like
Leave A Reply

Your email address will not be published.