ভাৰত পালেহি ভয়ংকৰ অ’মাইক্ৰন!

ভাৰতত দুজনৰ শৰীৰত ধৰা পৰিছে অ’মাইক্ৰন ভেৰিয়েণ্ট। বিপদজনক অ’মাইক্ৰন ভেৰিয়েণ্ট পোৱা দুয়োজনেই কৰ্ণাটকৰ । এই তথ্য বৃহস্পতিবাৰে সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।
উল্লেখ্য যে, এতিয়ালৈকে বিশ্বত প্ৰায় ২৯ খন দেশত বিপদজনক অ’মাইক্ৰন ভেৰিয়েণ্ট পোৱা গৈছে। ইফালে এতিয়ালৈকে ৩৭৩ লোক অ’মাইক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে ।

You might also like
Leave A Reply

Your email address will not be published.