ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৬৩ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১০১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৮,৮৯৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৭৯৬ জন।।

You might also like
Leave A Reply

Your email address will not be published.