বিধায়ক শ্বেৰমানৰ জামিন মঞ্জুৰ

বিধায়ক শ্বেৰমান আলী আহমেদৰ জামিন মঞ্জুৰ। গুৱাহাটীৰ CJM আদালতে মঞ্জুৰ কৰে বিধায়ক শ্বেৰমানৰ জামিন আবেদন। পাণবজাৰ থানাৰ এটা গোচৰত নিৰ্ধাৰিত ৬০ দিনৰ ভিতৰত আৰক্ষীয়ে চাৰ্জচীট দিব নোৱাৰাৰ বাবেই আদালতে বিধায়ক গৰাকীৰ জামিন মঞ্জুৰ কৰে।ছহিদক অপমানৰ গোচৰত কাৰাগাৰলৈ গৈছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ।।

You might also like
Leave A Reply

Your email address will not be published.