৯ ডিচেম্বৰত উত্তৰ-পূৱত নেছ’ৰ প্ৰতিবাদ

নাগালেণ্ডৰ ঘটনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱত নেছ’ৰ প্ৰতিবাদী কাৰ্যসূচী।৯ ডিচেম্বৰত নেছ’ই সাব্যস্ত কৰিব এই প্ৰতিবাদী কাৰ্যসূচী।AFSPA বাতিলৰ দাবীৰে নেছ’ই সমগ্ৰ উত্তৰ-পূৱতে সাব্যস্ত কৰিব প্ৰতিবাদ।উত্তৰ-পূৱৰ কেউখন ৰাজ্যৰ ৰাজধানীত নেছ’ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত। নাগালেণ্ডবাসী অকলশৰীয়া নহয়,সমগ্ৰ উত্তৰ-পূৱবাসী নগা জনসাধাৰণৰ লগত আছে বুলি মন্তব্য ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।।

You might also like
Leave A Reply

Your email address will not be published.