নিউজ ডেস্ক-
ৰাজ্যত ০.৪৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৪৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৫ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৮,৪৩৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১৯৫ জন।।