ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৩৯ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৫৬ জন। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,১৮৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৮৭ জন।।

You might also like
Leave A Reply

Your email address will not be published.